Skip to main content

আজি বিশ্ব হলৌ দিৱস৷ আহক আজিৰ দিনটোতে জৈৱ-বৈচিত্ৰ্যৰ এক অবিচ্ছেদ্য অংগ গিবন পৰিয়ালৰ দ্বিতীয় বৃহৎ প্ৰজাতি হলৌ বান্দৰৰ সুৰক্ষা, সংৰক্ষণ আৰু লালন-পালন সুনিশ্চিত কৰাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হওঁ।

Comments